Breaking

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন

0 116

নাজিৰাৰ শিমলুগুৰি মাউৎগাঁৱত অঘটন৷ বিদ্যুতপৃষ্ট হৈ এজনৰ মৃত্যু ৷ ঘৰত কাম কৰি থকা অৱস্থাত মৃত্যু ব্যক্তি জনৰ ৷

মৃত ব্যক্তি জন মাউৎগাঁৱৰ মনোজ গগৈ ওৰফে দুদুমণি (৩২) )বুলি জানিব পৰা গৈছে।

দুদুমণি পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী আছিল ৷

বিদ্যুতপৃষ্ট মনোজক নাজিৰা লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ 

বৰ্তমান তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে জয়সাগৰত অৱস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ।
-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply