Breaking

ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰজ চাহুৰ বাসগৃহৰ পৰা ৩০০ কোটি জব্দ আয়কৰ বিভাগৰ ! এনে কাণ্ডৰ পাছতে ধীৰজ চাহুৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে জয়ৰাম ৰমেশে…

0 43

ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰজ চাহুৰ বাসগৃহৰ পৰা ৩০০ কোটি জব্দ আয়কৰ বিভাগৰ। তাৰ পাছতে সাংসদগৰাকীৰ পৰা দূৰত্ব বজাই ৰাখিছে কংগ্ৰেছে।

সাংসদ ধীৰজ চাহুৰ এনে কাণ্ডৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে জয়ৰাম ৰমেশে।

ওড়িশা, ঝাৰখণ্ডত আয়কৰ বিভাগৰ অভিযান অব্যাহত। ঝাৰখণ্ডৰ কংগ্ৰেছী সাংসদ ধীৰজ চাহুৰ সৈতে সম্পৰ্কিত ব্যক্তিৰ বাসগৃহত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ধন।

বাণ্টী চাহুৰ বাসগৃহৰ পৰা উদ্ধাৰ ১৯টা টকাৰ বেগ। কালিৰ দিনটোত আয়কৰ বিভাগে জব্দ কৰিছিল প্ৰায় ২২০ কোটি নগদ ধন।

Leave A Reply