দৈনন্দিন বাৰ্তা ডেস্ক : পোলেণ্ডক টাইব্ৰেকত পৰাস্ত কৰি ভাৰত ফাইনেলত উপনীত হ’ল অনলাইন দবা অলিম্পিয়াডত৷ ভাৰত মেচখনত ২-১ত জয়ী হয়৷ এই ক্ষেত্ৰত সম্পূৰ্ণ কৃতিত্ব কনেৰু হাম্পিৰ৷ নিয়মীত খেলত দুয়োটা দলেই এটা এটা ৰাউণ্ডত জিকিছিল৷ তাৰ পাচত বিশ্ব ৰেপিড চেম্পিয়ন হাম্পিয়ে টাইব্ৰেক বা আৰ্মাগেডনত স্নায়ু যুঁজত পোলেণ্ডৰ মোনিকা ছোকোক পৰাস্ত কৰে৷ আনহাতে ৰাছিয়া-আমেৰিকাৰ খেলত যি জয়ী হ’ব তেওঁৰ বিৰুদ্ধে ভাৰতে খেলিব৷ উল্লেখ্য যে প্ৰথম ৰাউণ্ডত ভাৰত পোলেণ্ডৰ লগত ২-৪ত পিছুৱাই আছিল৷ দ্বিতীয় ৰাউণ্ডত ৪.৫–১.৫ জয়ী হৈ মেচ ঘুৰাই আনে৷ টাইব্ৰেকৰ বাবে বাকী আছিল হাম্পি৷ প্ৰথম ৰাউণ্ডত পৰাজয় হোৱাৰ পাচত দ্বিতীয় ৰাউণ্ডত ৭৮টা মুভত জে কে ডুডাক হৰুৱাই প্ৰাক্তন বিশ্ব চেম্পিয়ন বিশ্বনাথন আনন্দে৷ কেপ্টেইন বিদিত গুজৰাটী আৰু ডি হাৰিকাও দ্বিতীয় ৰাউণ্ডত জয়ী হয়৷ উল্লেখ্য যে অনলাইন দবা অলিম্পিয়াডত ভাৰতে পূৰ্বে ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ এইবাৰ প্ৰথমবাৰৰ বাবে সোণ বা ৰূপৰ বাবে যুঁজ কৰিব ৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মালিকৰ মুখৰ পৰা পিজ্জা কাঢ়ি খোৱা এটা কুকুৰ। আপুনি কাহানিও নেদেখা এক বিৰল দৃশ্য
- ঘাই পথ অৱৰোধেৰে শিৱসাগৰ কপাঁলে আছুৱে-ঘাইপথ প্ৰাধীকৰণৰ শীৰ্ষ বিষয়াৰ লিখিত প্ৰতিশ্ৰুতি নোপোৱালৈকে অৱৰোধ অব্যাহত ৰখাৰ হুংকাৰ
- শ্বাহিদ আচৰিত হৈছিল যেতিয়া মীৰা ৰাজপুতে তেওঁৰ যৌন জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল
- শাকিৰাৰ ‘ৱাকা ৱাকা’ গানত কঁকাল ভাঙি ভাঙি নৃত্য কৰিলে এগৰাকী বৃদ্ধই।কিন্তু কিয়? ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ল ভিডিঅ’
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক