June 28, 2024 T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰত, ছেমি ফাইনেলত ৬৮ ৰানত জছ বাটলাৰ বাহিনীক পৰাস্ত টীম ইণ্ডিয়াৰ… Share FacebookTwitterWhatsAppTelegramKooEmail T20 বিশ্বকাপ ২০২৪ৰ ট্রফীলৈ আৰু এটা খোজ বাকী৷ T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ৷ ছেমি ফাইনেলত ইংলেণ্ডক সহজে পৰাস্ত কৰিলে টীম ইণ্ডিয়াই৷ ৬৮ ৰানত পৰাজিত জছ বাটলাৰ বাহিনী৷ Author: দৈনন্দিন বাৰ্তা Related Articles জন্মদিনৰ দিনাই এছিয়ান গেমছত স্বৰ্ণ জয় লাভলিনা বৰগোহাঁইৰ দৈনন্দিন বাৰ্তা - October 2, 2026 বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026