Breaking

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…

0 24

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে শনিবাৰে ঝাৰখণ্ড ওড়িশা, অসম, গোৱা, ত্ৰিপুৰা আৰু মেঘালয় অঞ্চলৰ গৰম আৰু আৰ্দ্ৰ বতৰৰ ভৱিষ্যদ্বাণী কৰে। উত্তৰ প্ৰদেশত উষ্ণ ৰাতিৰ পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বিপৰীতে কৰিয়ানা, ৰাজস্থান, দিল্লী, আৰু উত্তৰ প্ৰদেশত মে’মাহত অধিক গৰমৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।

climate change, low angle view Thermometer on blue sky with sun shining in summer show increase temperature, concept global warming

আইএমডিয়ে বিহাৰ, আৰু গুৰাৰাটৰ দৰে ৰাজ্যৰ বাবে কমলা সতৰ্কতা জাৰি কৰাৰ বিপৰীতে ৰাজস্থানৰ বাবে ৰঙা সতৰ্কতা জাৰি কৰে। আই এম ডিৰ ভৱিষ্যদ্বাণী অনুসৰি অনাগত দিনত ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু গুজৰাটৰ দৰে ৰাজ্যৰ বাবে গৰমৰ ঢৌৰ দৰে পৰিস্থিতি অব্যাহত থকাৰ সম্ভাৱনা আছে।

উত্তৰ প্ৰদেশৰ আগৰ আৰু ৰাজস্থানৰ বৰমাৰত শুকুৰবাৰে সৰ্বোচ্চ তাপমাত্ৰা ৪৬.৯ আৰু ৪৬,৫ ডিগ্ৰী চেলছিয়াছ, আনহাতে মাটডিয়া প্ৰদেশৰ গ্ৱালিয়ৰত কালি ৪৪.৯ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হয়।

Leave A Reply