Breaking

আজিৰে পৰা ৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত…

0 19


আজিৰে পৰা বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত
৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব সীমান্তৰে চলাচল


১৯ এপ্ৰিলত উত্তৰাখণ্ডত ভোটদান
তিনিদিনৰ বাবে ছীল কৰা হৈছে উত্তৰাখণ্ড-নেপাল সীমান্ত
উত্তৰাখণ্ড প্রশাসনে জাৰি কৰিছে SOP


আবেলি ৫ বজাৰ পৰা ভোটদান সম্পন্ন নোহোৱা পর্যন্ত
সীমান্ত ছীল
শান্তিপূর্ণভাৱে ভোটদান প্রক্রিয়া হৈ যোৱাৰ উদ্দেশ্যে
এই সিদ্ধান্ত প্ৰশাসনৰ

Leave A Reply