Breaking

ভাৰত-দক্ষিণ আফ্ৰিকাৰ T-20 ক্ৰিকেটৰ টিকটৰ মূল্য নিৰ্ধাৰণ…

0 121

ভাৰত-দক্ষিণ আফ্ৰিকাৰ টী-টুৱেণ্টী ক্ৰিকেটৰ টিকটৰ মূল্য নিৰ্ধাৰণ। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে টিকটৰ মূল্য হ’ব ৪৭৫ টকা। ন্যূনতম ১৫০০ টকাৰ পৰা সৰ্বোচ্চ ৬ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ টিকটৰ মূল্য।

২ অক্টোবৰত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন। অন্যান্য টিকটৰ দৰ হৈছে ২০০০, ৩০০০, ৩৫০০, ৪০০০ টকা

Leave A Reply