June 4, 2024 NDAৰ সন্মুখত তীব্ৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে INDIA… Share FacebookTwitterWhatsAppTelegramKooEmail NDAৰ সন্মুখত তীব্ৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিছে INDIA। অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ১০ খন আসন NDAৰ পক্ষত আছে আৰু ৪খন আসন ইণ্ডিয়া মিত্ৰজোঁটৰ হাতলৈ যোৱাৰ সম্ভাৱনা আছে। এই চাৰিখন আসন-যোৰহাট, নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026