Breaking

ভাৰত বনাম অষ্ট্ৰেলিয়া, অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল…

0 33

আজি অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল। দক্ষিণ আফ্ৰিকাৰ ভূমিত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ হাই ভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি দিনৰ ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন। আনহাতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ ১৯ অনুৰ্ধ পুৰুষ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভাৰতীয় অধিনায়ক উদয় চাহাৰান আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক হিউ ৱেইবগেনে ট্ৰফী লৈ পোজ দিছে।

দক্ষিণ আফ্ৰিকাৰ চাহাৰা পাৰ্ক উইলোম’ৰ ক্ৰিকেট ষ্টেডিয়ামত ২০২৪ চনৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব অধিনায়ক উদয় চাহাৰান নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটোৱে ইতিহাস ৰচনা কৰি ষষ্ঠটো ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ খিতাপ দখল কৰাৰ লক্ষ্য লৈছে।

Leave A Reply