June 9, 2024 আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি T20 বিশ্বকাপত ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ। সন্ধিয়া ৮ বজাৰ পৰা ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব মেচ। নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন। মেচখনক লৈ তীব্ৰ উৎকণ্ঠা ক্ৰীড়াপ্ৰেমী ৰাইজৰ। Author: দৈনন্দিন বাৰ্তা Related Articles আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডোত ধানী মহন্তৰ ৰূপৰ পদক অৰ্জন দৈনন্দিন বাৰ্তা - August 8, 2026 নৱম হিৰজ আন্তৰ্জাতিক টাইকোৱান্দু চেম্পিয়নচিপত ৪৬-৪৯ কেজি শাখাত সোণৰ পদক লাভ প্ৰয়াসী ভূঞাৰ দৈনন্দিন বাৰ্তা - August 3, 2026 সমাপ্ত হ’ল গ্লাছগ’ কমনৱেলথ গেমছঃ ২০৩০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব গুজৰাটৰ আহমেদাবাদত দৈনন্দিন বাৰ্তা - August 3, 2026