September 26, 2023 চতুৰ্থটো ৰূপৰ পদক অৰ্জন ভাৰতৰ… Share FacebookTwitterWhatsAppTelegramKooEmail এছিয়ান গেমছৰ তৃতীয় দিনা ভাৰতে অৰ্জন কৰে চতুৰ্থটো ৰূপৰ পদক। ছেইলিঙত নেহা ঠাকুৰীয়াই আঁজুৰিলে ৰূপৰ পদক। ২৭ পইণ্টেৰে ৰূপৰ পদক লাভ কৰে নেহা ঠাকুৰে। বৰ্তমানলৈ ভাৰতে ২টা স্বৰ্ণ, ৪টা ৰূপ, ৬টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে। Author: দৈনন্দিন বাৰ্তা Related Articles অসমৰ ক্ৰিকেটপ্রেমীৰ বাবে ভাল খবৰ… দৈনন্দিন বাৰ্তা - May 3, 2026 ভাৰতৰ ৫ জন শ্ৰেষ্ঠ বলাৰ, অভিলেখ উইকেট দখল কৰা কোন এই পাঁচজন টি-২০ শ্ৰেষ্ঠ বলাৰ দৈনন্দিন বাৰ্তা - May 1, 2026 ৰিয়ানৰ বিৰুদ্ধে কঠোৰ BCCI: জৰিমনা বিহিলে ৰিয়ান পৰাগক দৈনন্দিন বাৰ্তা - April 30, 2026