Breaking

মস্কোত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী…

0 53

মস্কোত গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ। ISIলৈ দেশৰ প্ৰতিৰক্ষা, বৈদেশিক মন্ত্ৰালয়ৰ তথ্য প্ৰেৰণৰ অভিযোগ।

গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী সতেন্দ্ৰ ছিৱাল। উত্তৰপ্ৰদেশৰ সন্ত্ৰাসবাদবিৰোধী দল ATS-এ গ্ৰেপ্তাৰ কৰে সতেন্দ্ৰক।

সতেন্দ্ৰ ছিৱাল হাপুৰৰ শ্বাহমাহিউদ্দিনপুৰ গাঁৱৰ বাসিন্দা । ২০২১ৰ পৰা মস্কোত ভাৰতীয় দূতাবাসৰ IBSA হিচাপে কৰ্মৰত সতেন্দ্ৰ।

Leave A Reply