Breaking

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…

0 25

পুনৰ মহাকাশলৈ যাব ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ।

৭ মে’ত ভাৰতীয় সময় অনুসৰি পুৱা ৮.০৪ বজাত মহাকাশলৈ উৰা মাৰিব সুনীতা উইলিয়ামছ।

মহাকাশত চামোছা খাই ভাল পোৱা ভাৰতীয় মূলৰ মহাকাশচাৰী কেপ্তেইন সুনীতা উইলিয়ামছে আকৌ এবাৰ মহাকাশলৈ উৰা মাৰিবলৈ সাজু হৈছে।

এইবাৰ একেবাৰে নতুন মহাকাশযান বয়িং ষ্টাৰলাইনাৰত ৭ মে’ত কেনেডি স্পেচ চেণ্টাৰৰ পৰা ভাৰতৰ সময় অনুসৰি পুৱা ৮.৩৪ বজাত যাব।

Leave A Reply