Breaking

T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা! কোনে-কোনে স্থান পালে দলত; কোন কোন বাদ পৰিল ভাৰতীয় দলৰ পৰা…

0 27

ঘোষণা হ’ল T-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল।

ৰোহিত শৰ্মাৰ নেতৃত্বত দল ঘোষণা কৰিলে  BCCIয়ে।

BCCIয়ে টুইট যোগে ঘোষণা কৰিলে দল।

ভাৰতীয় দলত স্থান লাভ-

ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমচন, হাৰ্দিক পাণ্ডিয়া, ঋষভ পন্ত (উইকেট কীপাৰ), ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজুবেন্দ্ৰ চহল, শিৱম ডুবে, অৰ্শ্বদ্বীপ সিং, জশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ। বেক আপ প্লেয়াৰ-শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ, আভেশ খান।

আনহাতে কে এল ৰাহুল, দীনেশ কাৰ্তিক, অসম সন্তান ৰিয়ান পৰাগ, অভিষেক শৰ্মা, মায়ংক যাদৱ, তিলক বৰ্মাই স্থান লাভ কৰিবলৈ সক্ষম নহ’ল টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত।

Leave A Reply