Breaking

এদিনীয়া বলাৰৰ ৰেংকিঙত শীৰ্ষ স্থান হেৰুৱালে ভাৰতৰ মহম্মদ ছিৰাজে

0 64

টিম ইণ্ডিয়াৰ বেগী বলাৰ মহম্মদ ছিৰাজে এদিনীয়া বলাৰৰ ৰেংকিঙৰ শীৰ্ষ স্থান হেৰুৱাইছে।

বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনি অভাৰত ৩৭ ৰান হেৰুৱাই এই কথা প্ৰকাশ কৰিছে।

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰকৰ সৈতে এতিয়া ছিৰাজে যৌথ তৃতীয় স্থানত আছে।

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জোছ হেজলউডে পুনৰ প’ল পজিচন লাভ কৰিছে।

Leave A Reply