Breaking

এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন

0 40

এছিয়ান চেম্পিয়নছ ট্ৰফী হকীত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন৷

বুধবাৰে অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত প্ৰধান প্ৰতিদ্বন্দ্বী পাকিস্তানক ৪-০ গ’লত পৰাস্ত কৰি অধিনায়ক হৰমনপ্ৰীত সিঙে পেনাল্টি কৰ্ণাৰত দুটা গ’ল দি অপৰাজিত ৰান অক্ষুণ্ণ ৰাখে।

Leave A Reply