August 3, 2024 অলিম্পিকত পদক বিজয়ীক প্ৰতিজন ভাৰতীয়ক MG Windsor গাড়ী উপহাৰ দিব উদ্যোগপতি সজ্জন জিন্দালে… Share FacebookTwitterWhatsAppTelegramKooEmail অলিম্পিকত মেডেল লাভ কৰিলেই উপহাৰ পাব এখন গাড়ী। অলিম্পিকত পদক বিজয়ীক প্ৰতিজন ভাৰতীয়ক MG Windsor গাড়ী উপহাৰ দিব উদ্যোগপতি সজ্জন জিন্দালে। মাধ্যমযোগে এই ঘোষণা উদ্যোগপতি গৰাকীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles নৃত্যসূৰ্য পংকজ বৰুৱাৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি । Workshop on Sattriya Dance দৈনন্দিন বাৰ্তা - July 26, 2025 ‘আজিৰ কবিতা’ৰ উদ্যোগত অনুষ্ঠিত সম্বলপুৰ ৰাষ্ট্ৰীয় সাহিত্য উৎসৱৰ সামৰণি ।Poem দৈনন্দিন বাৰ্তা - July 22, 2025 Donald Trump: ‘অপাৰেচন সিন্দুৰ’ক লৈ ট্ৰাম্পৰ নতুন দাবী, ‘চাৰি-পাঁচখন যুদ্ধবিমান ধ্বংস হ’ল’। দৈনন্দিন বাৰ্তা - July 19, 2025