Breaking

ৰঙিয়াত বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা…

0 37

ৰঙিয়াত অনুষ্ঠিত আন্ত বিদ্যালয় ফুটবল প্ৰতিযোগিতা। বিমল কুমাৰ জৈনৰ সোঁৱৰণত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতা। উদ্বোধনী অনুষ্ঠানত উপস্থিত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি।

আজিৰে পৰা চাৰিদিনীয়াকৈ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে মহৰ্ষি বিদ্যা মন্দিৰ পাব্লিক স্কুলৰ আন্ত ফুটবল প্ৰতিযোগিতা।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত মাতৰ লগতে নৃত্য প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ মন মোহিত কৰে।ৰাষ্ট্ৰীয় সংগীতেৰে অন্ত পৰা অনুস্থানটো সুন্দৰ ভাৱে পৰিচলনা কৰে বিদ্যালয় খনৰ অন্যতম ব্যক্তি অৰুন চেট্ৰিয়ে।

Leave A Reply