Breaking

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি…

0 69

দীর্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি

ৰাজ্যখনত ৩ মে’ৰ পৰা বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা

প্রায় ৪ মাহৰ বিৰতিৰ পাছত ৰাজ্যখনত সম্পূৰ্ণৰূপে খুলি দিয়া হৈছে ইণ্টাৰনেট সেৱা

হিংসাত্মক পৰিস্থিতিৰ বাবে বন্ধ কৰি থৈছিল ইণ্টাৰনেট সেৱা

ইণ্টাৰনেট সেৱা মুকলি কৰিলেও ৰাজ্যখনৰ পৰিস্থিতি এতিয়াও সন্তোষজনক নহয়!

Leave A Reply