Breaking

ইজৰাইজলৰ ওপৰত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ কৰে ইৰানৰ…

0 23

পুনৰ এক যুদ্ধৰ আকংশাই দেখা দিছে বিশ্বত। নিশা ইজৰাইজলৰ ওপৰত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ কৰে ইৰানে। ইতিমধ্যেই দুখন যুদ্ধৰ বাবে বিশ্বত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈ আছে।

ছিৰিয়াত বাণিজ্যিত দূতবাসত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ৰূপে ইৰানে প্ৰায় ২০০ টা ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰে।  হোৱাইট হাউচৰ এজন মুখপাত্ৰই কয় যে, “ইৰাণে ইজৰাইলৰ বিৰুদ্ধে বিমান আক্ৰমণ আৰম্ভ কৰিছে আৰু ৰাষ্ট্ৰপতি জো বিডেনৰ এটা দলে ইজৰাইল কৰ্তৃপক্ষৰ লগতে অন্যান্য মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে নিৰন্তৰ সম্পৰ্কত আছে।

ইজৰাইৰ সুৰক্ষাৰ বাবে আমেৰিকা দৃঢ় প্ৰতিজ্ঞ। ইয়াৰোপৰি ব্ৰিটেইনৰ লগতে আৰু কেইবাখনো দেশ ওলাই আহিছে ইজৰাইলৰ পক্ষত। গতিকে পৰৱৰ্তী সময়ত এই যুদ্ধই কি ৰূপ লয় সেয়া লক্ষণীয় হ’ব।

Leave A Reply