Breaking

‘INDIA’ৰ সৈতে মিত্ৰতা ভংগ নেকি? পশ্চিমবংগত TMC এ অকলে খেলিব নিৰ্বাচন…

0 16

পশ্চিমবংগত TMC এ অকলে খেলিব নিৰ্বাচন।


পশ্চিম বংগত বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে বিৰোধী ভাৰতীয় মিত্ৰজোঁট।


কিয়নো পশ্চিমবংগত TMC এ অকলে খেলিব নিৰ্বাচন।


‘একলা চলৌ’ শ্লোগান দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে টিএমচিয়ে অকলে যুঁজিব।


লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিৰোধী মৰ্চাত জোকাৰণি।


পশ্চিমবংগত TMC এ অকলে নিৰ্বাচন বুলি মন্তব্য মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

Leave A Reply