Breaking

ৰাছিয়াৰ মস্কোত ISISৰ আক্ৰমণ! ১৪৫গৰাকীৰো অধিক আহত…

0 17

ৰাছিয়াৰ মস্কোত ISISৰ ভয়ংকৰ আক্ৰমণ। ঘটনাত ১৪৫গৰাকীৰো অধিক লোক আহত। বিস্ফোৰণৰ ফলত কনচাৰ্ট হলত ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত ৬০ৰো অধিকলোকৰ মৃত্যু হৈছে। ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত কনচাৰ্টলৈ যোৱা লোকসকলৰ ওপৰত বন্দুকধাৰীয়ে গুলীচালনা কৰে। শুকুৰবাৰে সন্ধিয়া মস্কোৰ ক্ৰকাছ চিটি হলত সংঘটিত হয় এই মাৰাত্মক আক্ৰমণ আৰু এই আক্ৰমণ ISISৰ য’ত কমেও ৬০ জন লোক নিহত হয় আৰু ১৪৫ জনতকৈ অধিক লোক আহত হয়।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এই কাণ্ডক “সন্ত্রাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছে। ২০১১ চনৰ জানুৱাৰী মাহত ড’মোডেড’ভ’ বিমানবন্দৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৩৭ জন লোকৰ মৃত্যু হোৱাৰ পিছত ১৭২ জন লোক আহত হোৱাৰ পিছত ভুক্তভোগীৰ সংখ্যাৰ ক্ষেত্ৰত মধ্য ৰাছিয়াত এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।

Leave A Reply