Breaking

গাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল’লে ইজৰাইলে ! নিহত ৩৫গৰাকী পেলেষ্টাইনী…

0 24

ইজৰাইল বাহিনীৰ আক্ৰমণত গাজাত নিহত ৩৫গৰাকী পেলেষ্টাইনী
হামাছৰ আক্ৰমণৰ পাছতে ইজৰাইলৰ প্ৰত্যাক্ৰমণ
গাজাত ৰকেট নিক্ষেপেৰে প্ৰতিশোধ ল’লে ইজৰাইলে


পুৱতি নিশা গাজাত আক্ৰমণ ইজৰাইল বাহিনীৰ
মিছাইল আক্রমণত নিহত ৩৫ গৰাকী পেলেষ্টাইনী


মৃতসকলৰ ভিতৰত আছিল মহিলা আৰু শিশুও
আহত হৈছে ১২ জনতকৈও অধিক লোক

Leave A Reply