Breaking

চন্দ্ৰযান-৩ৰ প্ৰজ্ঞান ৰভাৰে লোৱা বিক্ৰম লেণ্ডাৰৰ আকৰ্ষণীয় ছবি শ্বেয়াৰ কৰিলে ইছৰোৱে

0 112

চন্দ্ৰযান–৩ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিক্ৰম লেণ্ডাৰৰ প্ৰথমখন ফটো তুলিলে ৰ’ভাৰ প্ৰজ্ঞানে। এই ফটো বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই নিজৰ টুইটাৰত শ্বেয়াৰ কৰিছে।

ইছৰোৱে নিজৰ টুইটত লিখিছে, ‘‘স্মাইল প্লিজ… আজি পুৱা প্ৰজ্ঞান ৰ’ভাৰে বিক্ৰম লেণ্ডাৰৰ ফটো তুলিছে। এই ফটো ৰ’ভাৰে অনব’ৰ্ড নেভিগেচন কেমেৰাৰে (NavCam) লৈছে।’

Leave A Reply