মাঘ বিহুৰ উৰুকাৰ নিশা সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান।নিশা ১২ বজালৈ সান্ধ্য আইন পিছুৱাই দিবলৈ আহ্বান।উৰুকাত নৈশ সান্ধ্য আইন নিশা ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সংকুচিত কৰাৰ আহ্বান বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীৰ।আজি এক সংবাদমেলযোগে চৰকাৰক এই আহ্বান জনালে গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী কমিটীয়ে।সংবাদমেলত কয় যে,”নিশা ১০ বজাৰ পূৰ্বে ভোজভাত সমাপ্ত কৰা সম্ভৱ নহয়।সূৰ্য্য উদয় হোৱাৰ আগে আগে মেজি জ্বলোৱা হয়।সেয়ে পুৱা ৫ বজালৈ সান্ধ্য আইন দিবলৈ আহ্বান।”
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বেজেৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা শিবিৰ
- চতুৰ্থ আয়োধানা আন্ত:ৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা আজিৰে পৰা আৰম্ভ
- অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাই পেৰিছত আটাইতকৈ ৰোমান্টিক সময় অতিবাহ কৰিলে। ছবিয়ে তাৰ প্ৰমাণ…
- সামান্থাৰ পৰা পৃথক হোৱাৰ পিছত নাগা চৈতন্যই সোভিতা ধুলিপালাৰ সৈতে ডেটিঙত ব্যস্ত
- ভাৰত মহিলা অনুৰ্ধ 17 দলৰ সহকাৰী প্ৰশিক্ষক এলেক্স এমব্ৰোছক যৌন নিৰ্যাতনৰ বাবে বৰ্খাস্ত কৰা হৈছে
- দক্ষিণৰ চিনেমাৰ তুলনাত বলীউড কিয় ভাঙি পৰিছে? হিন্দী চলচ্চিত্ৰ নিৰ্মাতাসকলে ১০০-২০০ কোটি টকাত সন্তুষ্ট হৈ আছে আনহাতে দক্ষিণৰ চলচ্চিত্ৰসমূহে ১০ কোটি টকাৰ সীমা স্পৰ্শ কৰিছে
- ঈদত গো কোৰবানী নিদিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ
- চেইনৰ দ্বাৰা নিৰ্মিত টপ পিন্ধি শৰীৰত আঘাত পালে উৰ্ফি জাভেদে! ফটো চাওক…
- বহলপুৰ গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সন্মুখত মুকলি প্ৰতিভা বিকাশ কেন্দ্ৰ
- শিৱসাগৰ বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক সন্থা সংবাদমেল: কবিতা যোগেদি মুখ্যমন্ত্ৰীলৈ কাকতি মিনতি বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষকৰ