November 15, 2023 জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ… Share FacebookTwitterWhatsAppTelegramKooEmail জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰিল বাছ। ৩৮জন যাত্ৰী নিহত, আহত হৈছে বহুকেইগৰাকী যাত্ৰী। দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান। ডোডা জিলাৰ ত্ৰুংগলত এই ভয়ংকৰ দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association দৈনন্দিন বাৰ্তা - July 12, 2025 ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain দৈনন্দিন বাৰ্তা - July 8, 2025 অর্চিতা ফুকনৰ জীৱনী, বয়স, উচ্চতা, ভাইৰেল ভিডিঅ’, পৰিয়ালৰ নজনা বহু কথা । Archita Phukan দৈনন্দিন বাৰ্তা - July 8, 2025