Breaking

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল জনতা ভৱনৰ কৰ্মচাৰী

0 2,041

প্ৰতিটো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰাৰ সংকল্পৰ ধাৰাবাহিকতাত জ্যেষ্ঠ সহকাৰী ডব্লিউপিটি সীমা দেৱীক আজি দিচপুৰ সচিবালয়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হয়।

জনতা ভৱনৰ বড়োলেণ্ড কল্যাণ বিভাগৰ ছিনিয়ৰ এছিচটেণ্ট আৰক্ষীৰ জালত পৰিছে। সীমা দেৱী 4000/- টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত ফান্দত।

জনতা ভৱনৰ ডি ব্লকৰ তৃতীয় মহলাৰ পৰা আটক কৰা হৈছে।

কৰ্মচাৰীগৰাকীয়ে উৎকোচ হিচাপে বিচাৰিছিল ১০ হাজাৰ বিচাৰিছিল।সীমা দেৱীৰ বেগৰ পৰা অতিৰিক্ত 99000/- টকাও উদ্ধাৰ কৰা হৈছিল।

Leave A Reply