Breaking

টীয়ক আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী জাণ্টুমণি দাস…

0 41

টীয়ক আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী। প্ৰেমৰ চলনাৰে এগৰাকী যুৱতীক পলুৱাই নিছিল অৰুণাচললৈ।

২গৰাকী মহিলাকো পলুৱাই নিয়াৰ প্ৰলোভন দিছিল যুৱকজনে।

অৱশেষত ২গৰাকী মহিলাই কৌশলেৰে জালত পেলাই ধৃত জাণ্টুমণিক। গাঁওবাসীৰ তৎপৰতাত জাণ্টুমণি দাসক আটক আৰক্ষীৰ।

Leave A Reply