January 29, 2024 গ্ৰেপ্তাৰ হ’ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন Share FacebookTwitterWhatsAppTelegramKooEmail আজি গ্ৰেপ্তাৰ হ’ব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন৷ দিল্লীস্থিত হেমন্ত ছোৰেনৰ বাসগৃহত উপস্থিত EDৰ দল। দিল্লী আৰক্ষীও উপস্থিত হৈছে হেমন্ত ছোৰেনৰ বাসগৃহত৷ ভূমি কেলেংকাৰিত মানী লণ্ডাৰিং গোচৰত অভিযুক্ত হেমন্ত ছোৰেন৷ Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026