April 30, 2024 হোজাইৰ ৰায়কটা চন্দনপুৰত কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ… Share FacebookTwitterWhatsAppTelegramKooEmail হোজাইৰ ৰায়কটা চন্দনপুৰত শোকাৱহ ঘটনা। কপিলী নৈত পৰি মৃত্যু জিন্নাতুল ইছলাম নামৰ শিশুটিৰ। সমনীয়াৰ সৈতে খেলি থাকোঁতেই পৰি যায় নৈত। স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশুটিৰ নিথৰ দেহ। Author: দৈনন্দিন বাৰ্তা Related Articles শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী প্ৰেৰণা প্ৰিয়দৰ্শিনী বাইলুং দৈনন্দিন বাৰ্তা - April 29, 2026 তামুলপুৰৰ নিশামণি হালৈৰ ঘৰত শোকাকুল পৰিৱেশ দৈনন্দিন বাৰ্তা - April 25, 2026 নাৰী শক্তি বন্দন অধিনিয়ম (সংশোধন) ২০২৬ সংসদত গৃহীত নোহোৱাৰ প্রতিবাদত গুৱাহাটীৰ ৰাজপথত মহিলাৰ বিশাল জন আক্রোশ সমদল দৈনন্দিন বাৰ্তা - April 23, 2026