Breaking

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তিৰ স্বীকৃতি প্ৰদান ইংলেণ্ডৰ জন আলফ্ৰেড টিনিছউডক…

0 19

বিশ্বৰ আটাইতকৈ বৃদ্ধ ব্যক্তিজন ইংলেণ্ডৰ জন আলফ্ৰেড টিনিছউড। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ আৰ্মি পে কৰ্পছত সেৱা আগবঢ়াইছিল ১৯১২ চনত ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ জন আলফ্ৰেড টিনিছউডে।

নিজৰ ভাগ্যৰ বাবে দীৰ্ঘদিন জীয়াই থকা বুলি উল্লেখ কৰে ১১১ বছৰীয়া টিনিছউডে।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তিৰ স্বীকৃতি প্ৰদান কৰা হয় জন আলফ্ৰেড টিনিছউডক।

Leave A Reply