Breaking

জামুগুৰিহাটত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযান৷:অবৈধ সুৰা জব্দ আৰু চুলাই ভাটি উচ্ছেদ৷

0 593

জামুগুৰিহাটৰ নিকটৱৰ্তী ব্ৰহ্মগাঁও আৰু ২নং বৰপথাৰ গাঁৱত আজি বিয়লি জামুগুৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত অবৈধভাৱে বিক্ৰী কৰি থকা অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে কেবাটাও চুলাই ভাটি উচ্ছেদ কৰে৷ আজি বিয়লী অভিযানৰ সময়ত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতীক লগত লৈ চলোৱা এই অভিযানকালত ৩ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে পাঁচশ লিটাৰৰো অধিক চুলাই লাঁওপানী নষ্ট কৰে জামুগুৰি অাৰক্ষী অাৰু অাবকাৰী বিভাগে।

Leave A Reply