Breaking

মৰিগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাৰ শেষ নিশ্বাস ত্যাগ …

0 70

মৰিগাঁও সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কংগ্ৰেছৰ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই সমষ্টিটোত তিনিবাৰকৈ বিধায়কৰ পদ দখল কৰিছিল।

আজি পুৱা ৬ বজাত গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে জিলাখনৰ অন্যতম সমাজ কৰ্মী প্ৰয়াত ক্ষীৰোদ বৰুৱা পত্নী। তেওঁৰ মৃত্যুত জিলাখনত গভীৰ শোকৰ ছাঁ পৰে।

Leave A Reply