Breaking

কলম এৰি পুনৰ ৰাজপথত নামিল সাংবাদিকঃ এইবাৰ তীৰ,ক্ৰিকেট জুৱা আৰু অসামজিক কাৰ্যকলাপ ৰোধ কৰাৰ স্বাৰ্থত ৰাজপথত নামিল সাংবাদিক

0 84

৷কামৰূপৰ গৰৈমাৰী-কালাতলী-সোণতলী(জি কে এছ) প্ৰেছ ক্লাৱে অনুষ্ঠিত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

গৰৈমাৰীস্থিত জি কে এছ প্ৰেছ ক্লাৱ কাৰ্যালয় প্ৰাংগনৰ পৰা সাংবাদিক সকলে হাতে- হাতে বেনাৰ ফেষ্টুন আদি লৈ বিভিন্ন শ্লোগান দি গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ছয়গাঁও আৰু বকোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা তীৰ আৰু ক্ৰিকেট জুৱা বন্ধ নহলে অনাগত দিনত গণ আন্দোলন গঢ়ি তুলিব বুলি প্ৰেছ ক্লাৱৰ সভাপতি আব্দুৰ ৰহমানে স্থানীয় প্ৰশাসনক সকীয়নি দিয়ে ৷আনহাতে প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা আব্দুৰ ৰহমানেও গৰৈমাৰী আৰু সোণতলী অঞ্চলত চলি থকা অবৈধ জুৱা খেলে সমাজ ব্যৱস্থাক কুলষিত কৰিছে বুলি মন্তব্য কৰে ৷

Leave A Reply