September 4, 2023 জুৰীয়াৰ বলীকটিয়াচাঞ্চল্যকৰ ডকাইতি ! চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা… Share FacebookTwitterWhatsAppTelegramKooEmail জুৰীয়াৰ বলীকটিয়াত চাঞ্চল্যকৰ ডকাইতি। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ধান ব্যৱসায়ীৰ পৰা লুটি নিলে ২ লাখ টকা। পথ আগচি ধৰি জেংগুনীৰ ব্যৱসায়ী সূৰুয আলীক আক্ৰমণ। বাহনৰ আইনা ভাঙি চালক সূৰুয আলীক মাৰপিট। ঘটনা সন্দৰ্ভত জুৰীয়া থানাত এজাহাৰ দাখিল সূৰুয আলীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles অন্বেষা শইকীয়া মৃত্যুৰ লগত জড়িত অংকিত দাসক গ্ৰেপ্তাৰ দৈনন্দিন বাৰ্তা - August 20, 2026 ধেমাজি বিস্ফোৰণৰ নিহতসকলৰ স্মৃতিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত শোক দিৱস । ASSAM POLICE দৈনন্দিন বাৰ্তা - August 16, 2026 Gangrape-Murder: হাইলাকান্দিৰ শোকাৱহ ঘটনা: নৃশংস আক্ৰমণক লৈ ‘এনকাউণ্টাৰ’ৰ দাবী; প্ৰধান মহিলা সংগঠনসমূহৰ নীৰৱতাক লৈ প্ৰশ্ন দৈনন্দিন বাৰ্তা - August 8, 2026