Breaking

বয়স মাত্ৰ ২৪ বছৰ! সম্পত্তিৰ পৰিমাণ জানিলে আপুনি আচৰিত হ’ব…

0 287

শুবমান গিলৰ মুঠ সম্পত্তি আৰু উপাৰ্জনঃ ভাৰতীয় দলৰ অন্যতম যুৱ তাৰকা ক্ৰিকেটাৰ শুবমান গিল। মাত্ৰ কেইবছৰমানৰ কেৰিয়াৰত শ্বুবমান গিলৰ কিমান সম্পত্তি আছে সেই কথা জানিলে আপুনি আচৰিত হ’ব। ভাৰতীয় দলৰ অন্যতম যুৱ তাৰকা ক্ৰিকেটাৰ শুবমান গিল। শুবমান গিলৰ বয়স মাত্ৰ ২৪ বছৰ। ইফালে কোটি কোটি টকাৰ মালিক হৈ পৰিছে এই বেটছমেন জন। শুবমান গিলৰ সম্পত্তিৰ পৰিমাণ ৩২ কোটি টকাতকৈও অধিক।

ক্ৰিকেটৰ বাহিৰত বিভিআইএমএম ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ পৰাও শুবমান গিলে বহু টকা উপাৰ্জন কৰে। ইয়াৰ উপৰিও টি-২০, এদিনীয়া আৰু টেষ্ট খেলুৱৈয়ে প্ৰতিখন খেলতে ৩ লাখ, ৬ লাখ আৰু ১৫ লাখ টকা লাভ কৰে। আই পি এল খেলাৰ বাবে গুজৰাট টাইটানছৰ পৰা লাভ কৰে ৮ কোটি টকা। অনাগত দিনত হয়তো তেওঁৰ সম্পদ আৰু অধিক দ্ৰুতগতিত বৃদ্ধি পাব।

Leave A Reply