January 19, 2023 ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষিৰ Share FacebookTwitterWhatsAppTelegramKooEmail ভূতনাথ শ্মশানত আজি ৰাজ্যিক মৰ্যাদাৰে হ’ব নীলমণি ফুকনৰ শেষকৃত্য। ইয়াৰ বাবে চৰকাৰে বহন কৰিব দায়িত্ব। আজি বিয়লি ৩.৫০ বজাত শেষকৃত্য সম্পন্ন হ’ব কাব্যঋষি গৰাকীৰ। Author: দৈনন্দিন বাৰ্তা Related Articles বীৰ লাচিত সেনাৰ মানস জ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত দুজনক আটক দৈনন্দিন বাৰ্তা - August 27, 2026 জুবিন হত্যাৰ গোচৰত আদালতত হাজিৰ হ’ব লাগিব সৃজনী ভাস্ব মহন্ত দৈনন্দিন বাৰ্তা - August 26, 2026 মানসজ্যোতি চুতীয়াৰ মৃত্যুৰ তদন্তঃ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা ফৰেণছিকৰ দল দৈনন্দিন বাৰ্তা - August 26, 2026