Breaking

মা কামাখ্যা দেৱালয়ৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্পৰ উদ্বোধন

0 2,037

মা কামাখ্যা দেৱালয়ৰ আৱৰ্জনা নিষ্কাশন প্ৰকল্পৰ শুভ উদ্বোধন । এই প্ৰকল্পটো আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভ উদ্বোধন কৰে। মা কামাখ্যা দেৱালয়ৰ পৰিসৰৰ স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি স্বচ্ছ ভাৰত অভিযানৰ অধীনত মা কামাখ্যা দেৱালয় প্ৰাংগণত নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো।

Leave A Reply