Breaking

তামিলনাডুত ভোটদান সাব্যস্ত কমল হাছান, ৰজনীকান্ত, ধনুষ আৰু বিজয় সেতুপতীৰ…

0 15

আজিৰে পৰা আৰম্ভ দেশৰ গণতন্ত্ৰৰ মহোৎসৱ। আজিৰে পৰা ২১খন ৰাজ্যত ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ শুভাৰম্ভ। তামিলনাডুত দেশৰ বহু প্ৰিয় চেলিব্ৰিটিয়ে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়।


আজি পুৱা চেন্নাইত ভোটদান কৰিবলৈ উপস্থিত হয় ছুপাৰষ্টাৰ কমল হাছান।

ৰজনীকান্তেও চেন্নাইত পুৱা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ভোটদান সাব্যস্ত কৰে।

আনহাতে ধনুষ আৰু বিজয় সেতুপতীয়েও আজি পুৱা চেন্নাইত ভোটদান কৰে।

Leave A Reply