December 14, 2020 কমল কুমাৰ মেধিৰ কংগ্ৰেছ ত্যাগ Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । অসম কংগ্ৰেছৰ মুখপাত্ৰ, আৰটিআই বিভাগৰ অধ্যক্ষ আৰু সাধাৰণ সদস্য পদৰ পৰাও পদত্যাগ । অতি শীঘ্ৰে বিকল্প ৰাজনৈতিক দলত যোগদান কৰিব নেতাগৰাকীয়ে । পাটাছাৰকুছি সমষ্টিৰ পৰা সাম্ভাব্য প্ৰাৰ্থী আছিল কমল কুমাৰ মেধি । আমাৰ বাতৰি সমূহ ফেচবুকৰ জৰিয়তে চাবলৈ আমাৰ ফেচবুক পেইজটো LIKE কৰক । আমাৰ বাতৰি সমূহ ইউটিউবৰ জৰিয়তে চাবলৈ আমাৰ ইউটিউব চেনেলটো SUBSCRIBE কৰক । আমাৰ বাতৰি সমূহ টুইটাৰৰ জৰিয়তে চাবলৈ আমাক টুইটাৰত FOLLOW কৰক । Author: দৈনন্দিন বাৰ্তা Related Articles ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাতঃ বিজুলী-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 21, 2026 বিশ্ব অভিলেখ বৈভৱ সূৰ্যবংশীৰঃ মাত্র ১১ বলতে অৰ্ধ শতৰান বৈভৱৰ দৈনন্দিন বাৰ্তা - June 21, 2026 আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱসঃ য়োগা ফৰ হেলডি এজিং থীমেৰে পালন দ্বাদশ যোগ দিৱস দৈনন্দিন বাৰ্তা - June 21, 2026