Breaking

”সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পূৰ্বৰ বিজেপি চৰকাৰৰ অনিয়ম ধৰা পেলাইছে হিমন্তবিশ্ব শৰ্মাৰ নতুন বিজেপি চৰকাৰে ৷”-কমল কুমাৰ মেধি

0 2,109

নতুন চৰকাৰৰ ড্ৰাগছ-ছিণ্ডিকেট বিৰোধী অভিযান সন্দৰ্ভত ‘ৰাইজৰ দল’ৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ প্ৰতিক্ৰিয়া-

  • সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন পূৰ্বৰ বিজেপি চৰকাৰৰ অনিয়ম ধৰা পেলাইছে হিমন্তবিশ্ব শৰ্মাৰ নতুন বিজেপি চৰকাৰে ৷
  • চেলিব্ৰেটী SP আনন্দ মিশ্ৰৰ সততাৰ নাটক উন্মোচিত কৰিছে ধুবুৰীৰ নতুন SPয়ে ৷
  • বৰ্তমানৰ সকলো SPৰ সম্পত্তিৰ ওপৰত তদন্ত কৰক ৷
  • মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ধুবুৰীৰ প্ৰাক্তন SP পাৰ্থ সাৰথি মহন্তৰ সম্পত্তিৰো হওক তদন্ত ৷
  • ছিণ্ডিকেটমুক্ত, ড্ৰাগছমুক্ত অসম বিচাৰে ৰাইজৰ দলে ৷
Leave A Reply