Breaking

কামৰূপ মেট্ৰ’ৰ আপৰ যুটীয়া সমন্বয়ক হেপী গগৈৰ পদত্যাগ…

0 80

কামৰূপ মেট্ৰ’ৰ আপৰ যুটীয়া সমন্বয়ক হেপী গগৈৰ পদত্যাগ। জিতুল ডেকাৰ গেঙৰ মানসিক অত্যাচাৰৰ পৰিণতিতে দল এৰিলে হেপীয়ে।

জিতুল ডেকা আৰু তেওঁৰ টীমে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল হেপী গগৈক। দিপাংকৰ কলিতাৰ বিৰুদ্ধে নেত্ৰীগৰাকীয়ে উত্থাপন কৰিছিল মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।

AAPৰ পৰা পদত্যাগ কৰি হেপী গগৈৰ ফেচবুক পোষ্ট।

Leave A Reply