June 17, 2024 দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, নিহত সংখ্যা ৮জনলৈ বৃদ্ধি; আহত ২০০ৰো অধিক… Share FacebookTwitterWhatsAppTelegramKooEmail পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ। এইপৰ্যন্ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৮ জনলৈ বৃদ্ধি হৈছে। আনহতে ২০০ৰো অধিক যাত্ৰী আহত হৈছে। ৰে’ল দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra দৈনন্দিন বাৰ্তা - July 22, 2025 মিৰ্জাত সদৌ অসম কবি সন্মিলনৰ কৃষ্ণচূড়া কবি সন্মিলন গঠন । All Assam Poet’s Association দৈনন্দিন বাৰ্তা - July 12, 2025 ধুবুৰীত ৩৫০০ বিঘা মাটিত উচ্ছেদ অভিযানঃ উচ্ছেদিত জনতাৰ কাষত অখিল গগৈ, নিৰুদ্দেশ সাংসদ ৰকীবুল হুছেইন!Akil Gogi and Rakibul Hussain দৈনন্দিন বাৰ্তা - July 8, 2025