Breaking

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি

0 99

কামপুৰত ছিঙিল কপিলীৰ প্ৰেমজান মথাউৰি৷ খানদঙৰ বান্ধ খুলি দিয়াত কপিলী জলস্তৰ বৃদ্ধি পোৱাত কামপুৰ গোসাঁইগাঁও প্ৰেমজান মথাউৰি ছিঙি নিলে কপিলীৰ বাঢ়নী পানীয়ে৷

ৰাইজৰ অভিযোগ, বিগত বৰ্ষত দুটাকৈ প্ৰলয়ংকাৰী বানে গোঁসাইগাঁৱৰ প্ৰেমজান মথাউৰি ছিঙি নিয়াৰ পাছত মেৰামতিৰ নামত কেইগাড়ী মান মাটি পেলায় দ্বায়িত্ব সামৰে বিভাগে ৷

যাৰ বাবে এতিয়া পুনৰ বানৰ কৱলত নৈ পৰীয়া ৰাইজ। বাঢ়নী পানীয়ে প্লাবিত কৰিব কামপুৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁও৷

Leave A Reply