পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট…

বহিঃৰাজ্যৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট।

দৈনিক শ শ পৰ্যটকে ভিৰ কৰেহি প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু আনন্দ আৰু প্ৰশান্তি ল’বৰ বাবে।

ওদালগুৰি জিলাৰ টংলা চহৰৰ নিকটবৰ্তী মৌগাঁৱত যুৱ ব্যৱসায়ি জয়ন্ত বণিয়াৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে মৌগাঁৱৰ কৰ্দৈ ৰিজৰ্ট।

ননৈ পৰিয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু আনন্দ উপভোগৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰন্য হৈ পৰে কৰ্দৈ ৰিজৰ্টৰ চৌপাশ।

Related Articles