Breaking

কৰীনা, আলিয়া নে ঋষি কাপুৰ? কোন চেলিব্ৰিটিৰ সৈতে মিল ৰাহা কাপুৰ মুখ, প্ৰথমবাৰৰ বাবে কন্য়াৰ মুখ দেখুৱালে ৰণবীৰ-আলিয়াই…

0 37

কৰীনা, আলিয়া নে ঋষি কাপুৰ? কাৰ দৰে দেখিবলৈ ৰাহা কাপুৰ, প্ৰথমবাৰৰ বাবে কন্য়াৰ মুখ দেখুৱালে ৰণবীৰ-আলিয়াই। বৰদিন উপলক্ষে পৰিয়ালৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে অনুৰাগীৰ সন্মুখত কন্যাৰ মুখ দেখুৱালে। প্ৰথম বাৰৰ বাবে তেওঁলোকৰ কন্যাক সংবাদ মাধ্যমৰ সন্মুখত আনিলে আলিয়া-ৰণবীৰে।

ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীৰ মাজত কাজিয়া আৰম্ভ হয় যে ৰহা কাপুৰৰ মুখখন কোন চেলিব্ৰিটিৰ সৈতে মিল আছে। কমেণ্টত কোনোবাই কৰীনা কাপুৰৰ নাম লিখিছে, কোনোবাই ঋষি কাপুৰৰ নাম লিখিছে আৰু কোনোবাই কৈছে আলিয়া ভাটৰ কপি।

Leave A Reply