Breaking

ইতিহাস ৰচনা কৰিলে কে এল ৰাহুলে

0 109

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক কে এল ৰাহুলে শনিবাৰে টি-২০ ক্ৰিকেটত ৭ হাজাৰ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈ ইতিহাস ৰচনা কৰে।

টি-২০ ক্ৰিকেটত ১৯৭ ইনিংছ লৈ ৭ হাজাৰ ৰানৰ সীমাত উপনীত হয় ৩১ বছৰীয়া খেলুৱৈগৰাকী।

তেওঁ বিৰাট কোহলিৰ অভিলেখ ভংগ কৰি ২১২টা ইনিংছ লৈ এই মাইলৰ খুঁটিত উপনীত হয়।

Leave A Reply