Breaking

কোচৰাজবংশী জাতীয় পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী

0 71

কোচৰাজবংশী জাতীয় পৰিষদৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী । দিনৰ ১২ বজাৰ পৰা গোলকগঞ্জৰ হালাকুৰাত দুই ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কাৰ্যসূচী । এই পথ অবৰোধ পৃথক কমতাপুৰ দাবীত।পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক ভৈয়াম জনজাতীয়কৰণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে।

দুঘণ্টীয়া কাৰ্যসূচীত উপস্থিত থাকে কোচৰাজবংশী জাতীয় পৰিষদৰ কৰ্ম কৰ্তা সকলৰ লগতে সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় ।


Leave A Reply