Breaking

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ, বিৰাট কোহলিৰ হৈ IPL ২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ শ্ৰেয়স আয়াৰৰ

0 58

আই পি এলৰ ১৭ সংস্কৰণত বিজয়ী দল কলকাতা নাইট ৰাইডাৰ্ছ।

তৃতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।

KKRৰ হাতত ৮ উইকেটত পৰাস্ত হয় SRH।

খিতাপ দখলৰ পিছতে বিজয় উদযাপন কৰে দলটিয়ে।

KKRৰ জয়ৰ পিছত আৱেগিক হৈ পৰে KKR স্বতাধিকাৰী স্বাহৰুখ খানৰ পৰিয়াল।

আনহতে বিৰাট কোহলিৰ হৈ IPL-২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ কৰিলে শ্ৰেয়স আয়াৰে।

Leave A Reply