April 16, 2024 মণিপুৰত অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ… Share FacebookTwitterWhatsAppTelegramKooEmail মণিপুৰত কুকি বিদ্ৰোহীৰ ভয়ংকৰ এম্বুশ্ব। অইল টেংকাৰক লক্ষ্য কৰি গুলীবৰ্ষণ কুকি বিদ্ৰোহীৰ। কেইমাই অঞ্চলৰ ট’লেন কুকি গাঁৱত এই আক্ৰমণ। শিলচৰৰ পৰা ইম্ফল অভিমুখী আছিল টেংকাৰকেইখন। Author: দৈনন্দিন বাৰ্তা Related Articles উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আচৰিত পদত্যাগ, গৌৰৱ গগৈৰ প্ৰশ্ন, মোদীৰ সুস্বাস্থ্য কামনা , স্বাস্থ্যজনিত কাৰণ দেখুৱাই পদত্যাগ, কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক স্পষ্টীকৰণৰ দাবী ।Vice President Jagdeep Dhankhar দৈনন্দিন বাৰ্তা - July 23, 2025 ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra দৈনন্দিন বাৰ্তা - July 22, 2025 অৰ্চিতা ফুকনৰ নাম লৈ ছচিয়েল মিডিয়াত কু-কাণ্ড, চাইবাৰ ক্ৰাইমৰ বলি এগৰাকী বিবাহিতা মহিলা । Arishita Phukan দৈনন্দিন বাৰ্তা - July 12, 2025